আদি
Definitions & Meanings
1
গুণবাচক বিশেষ্য
একে ধৰণৰ বিশেষভাবে চিনাক্ত নকৰা ইটো-সিটো ৷
Translation: Additional unspecified odds and ends; more of the same.
2
গুণবাচক বিশেষ্য
কোনো বস্তু য’ৰ পৰা আহে, আৰম্ভ হয় বা পোৱা যায়
Translation: any thing or place from which something comes, arises, or is obtained
3
জাতিবাচক বিশেষ্য
আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)৷ এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে৷ আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে৷ এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে৷ আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ ৷ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত৷ তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়৷ কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়৷ আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়।এওঁলোকক আগেয়ে আবৰ বুলি কোৱা হৈছিল।
Translation: A major tribe of Arunachal Pradesh.
Translations in Other Languages
5 linked terms
English (English)
etc
Imported lexicon translation
etcetera
Imported lexicon translation
source
Imported lexicon translation
origin
Imported lexicon translation
Adi
Imported lexicon translation