আৱিষ্কাৰ
Definitions & Meanings
1
গুণবাচক বিশেষ্য
কোনোৱে আগেয়ে নেদেখা, নুশুনা বা মন নকৰা কথা বা বস্তু বিছাৰি উলিওৱা
Translation: The finding of sth never seen, heard or observed by anyone before
2
গুণবাচক বিশেষ্য
সাধাৰণ কাৰিকৰী পাৰদৰ্শিতাৰ সৈতে সম্পূৰ্ণ পৃথক, আগেয়ে নথকা কোনো নতুন, ব্যৱহাৰযোগ্য পদ্ধতি, যন্ত্ৰপাতি অথবা বৰ্ত্তমানে উপলব্ধ তেনে বস্তুৰ উন্নয়ন, যি অনন্য সংযোজন হিচাপে পৰিচিত হয়
Translation: a new, useful process, machine, improvement, etc., that did not exist previously and that is recognized as the product of some unique intuition or genius, as distinguished from ordinary mechanical skill or craftsmanship