Home › Assamese (অসমীয়া) › অলংকাৰ

অলংকাৰ

অসমীয়া (Assamese)
General Vocabulary

Definitions & Meanings

1 বস্তুবাচক বিশেষ্য
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
Translation: (a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
2 গুণবাচক বিশেষ্য
বাক্য আৰু অন্যান্য ৰচনা কৌশল ব্যৱহাৰ কৰি ফলপ্ৰসূ আৰু বুজাব পৰা যোগাযোগৰ কলা৷
Translation: The art of effective and persuasive communication, utilizing figures of speech and other compositional techniques.

Translations in Other Languages

5 linked terms
English (English)
jewellery Imported lexicon translation
ornament Imported lexicon translation
embellishment Imported lexicon translation
ornaments Imported lexicon translation
rhetoric Imported lexicon translation