অভ্ৰ
Definitions & Meanings
1
গুণবাচক বিশেষ্য
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
Translation: the atmosphere and outer space as viewed from the earth
2
বস্তুবাচক বিশেষ্য
পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি
Translation: a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes
3
বস্তুবাচক বিশেষ্য
এলুমিনিয়াম বা পটাছিয়াম আদিৰ আৰ্দ্ৰ চিলিকেটৰ দ্বাৰা গঠিত খনিজ পদাৰ্থ, যি স্ফটিকলৈ ৰূপান্তৰিত হৈ অতি পাতল পাতৰ সৃষ্টি কৰে; ইয়াৰ প্ৰচূৰ বিদ্যুত্ ৰোধক ক্ষমতা আছে বাবে বৈদ্যুতিক সঁজুলিত ব্যৱহাৰ হয় ৷
Translation: any of various minerals consisting of hydrous silicates of aluminum or potassium etc. that crystallize in forms that allow perfect cleavage into very thin leaves; used as dielectrics because of their resistance to electricity
Translations in Other Languages
5 linked terms
English (English)
sky
Imported lexicon translation
→
van
Imported lexicon translation
cloud
Imported lexicon translation
silica
Imported lexicon translation
mica
Imported lexicon translation