answer
Definitions & Meanings
1
Abstract Noun
a statement (either spoken or written) that is made to address a question or request or criticism or accusation
Translation: এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)
2
Verb-Trans.
to say or do something as a reaction to something that has been said or done
Translation: আন এজনে কোৱা কথা বা কৰা কামৰ প্ৰতিক্ৰিয়া হিচাপে কিবা ক বা কৰ্