border
Definitions & Meanings
1
Abstract Noun
the line demarking the outer limits of a particular area or a country
Translation: এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷
2
Material Noun
a strip around the edge of a piece of a cloth .
Translation: কাপোৰৰ দাঁতি বা মোখনি । যেনে,চুৰিয়াৰ আউঠি ।
3
Material Noun
the border of a wearing cloth which is folded and stitched
Translation: মেখেলা অথবা আন পিন্ধা কাপোৰৰ আউঠি ছিগি এৰাই নেযাবলৈ মোটকাই সি দিয়া অংশ