brother
Definitions & Meanings
1
Common Noun
A male having the same parents as another or one parent in common with another
Translation: একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ দুই পুৰুষ সন্তানৰ মাজৰ সম্পৰ্ক
2
Common Noun
A brother (may or may not be of same parents) who is elder than yourself.
Translation: নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷
3
Common Noun
A brother (may or may not be of same parents) who is younger than yourself.
Translation: নিজতকৈ বয়সত সৰু ভাতৃ৷ কেতিয়াবা নিজৰ সহোদৰ নহলেও এনেদৰে সম্বোধন কৰা হয়৷
4
Common Noun
Two brothers of the same mother.
Translation: একে মাকৰ সন্তান