dream
Definitions & Meanings
1
Abstract Noun
A series of images, sounds and feelings occurring in the mind during sleep, accompanied with rapid eye movement. Dreams typically last in the range of 5 to 45 minutes. The contents and biological purposes of dreams are not fully understood, though they have been a topic of speculation and interest throughout recorded history. The scientific study of dreams is known as oneirology.
Translation: আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷
2
Abstract Noun
a longing or craving, as for something that brings satisfaction or enjoyment
Translation: কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
3
Verb-Intran.
to experience an episode of dream.
Translation: শুই থকা অৱস্থাত সপোনৰ অভিজ্ঞতা হ
Translations in Other Languages
2 linked terms
অসমীয়া (Assamese)