Home › English (English) › fight

fight

English (English)
General Vocabulary

Definitions & Meanings

1 Abstract Noun
A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons.
Translation: দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷
2 Abstract Noun
fight for one`s right
Translation: নিজৰ অধিকাৰৰ বাবে যুঁজ
3 Verb-Trans.
To contend with in battle; to war against; as, they fought the enemy in two pitched battles; to engage in combat.
Translation: সাহস আৰু সংকল্পৰে যুদ্ধ কৰা, শত্ৰুক পৰাস্ত কৰিবলৈ সম্ভাব্য সকলো কৌশল প্ৰয়োগ কৰা৷