Multilingual Dictionary

Showing 632 lexicographical entries

আলোচনী গুণবাচক বিশেষ্য

কোনো বিশেষ বিষয় সম্পৰ্কীয় নিবন্ধ সন্নিৱিষ্ট নিৰ্দ্দিষ্ট সময়ৰ মূৰে-মূৰে প্ৰকাশিত পুষ্টিকা

English: journal English: periodical English: magazine
আলোড়ন গুণবাচক বিশেষ্য

ইফাল-সিফালকৈ লৰচৰ কৰা কাৰ্য্য

English: shaking English: movement English: protest English: agitation
আশ্চৰ্য গুণবাচক বিশেষ্য

কোনো অপ্ৰত্যাশিত বা আচৰিত ধৰণৰ বস্তু বা ঘটনাৰ হঠাত্ সন্মূখীন হ’লে হোৱা অনুভূতি।

English: surprise English: amazement English: astonishment English: bewilderment
আশা গুণবাচক বিশেষ্য

কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ

English: wish English: dream English: desire English: hope
আশীৰ্বাদ গুণবাচক বিশেষ্য

ঐশ্বৰীক সহায় আগবঢ়াবকৈ ভগবানক কৰা কাকূতি; ঐশ্বৰীক সহায়

English: blessings English: benediction
আস্থা গুণবাচক বিশেষ্য

কোনো বস্তু বা মানুহৰ সামৰ্থ্য সম্পৰ্কে বিশ্বাস বা আস্থা

English: faith English: confidence English: trust
আসন বস্তুবাচক বিশেষ্য

বহাৰ উপযুক্ত বা বহিব পৰা ঠাই

English: seat English: niche English: slot English: berth
আহ অকৰ্মক ধাতু

নিজৰ ফালে গমন কৰা

English: come
আহঁত হ সকৰ্মক ধাতু

শাৰীৰিক বা মানসিক ভাৱে ক্ষতি কৰ্

English: injure English: harm English: hurt English: maul
আহত প্ৰকৃত বিশেষণ

দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা

English: wounded English: injured English: defective English: hurt
আহ্বান গুণবাচক বিশেষ্য

সহায়, সহানুভুতি অথবা ক্ষমা বিছাৰি কৰা আকুল অনুৰোধ

English: appeal English: exhort
আহ্বায়ক জাতিবাচক বিশেষ্য

কোনো গোট, সমাজ, নিকায় আদিৰ এজন সদস্য, যি সভা, আলোচনা আদি আহ্বান কৰে ৷

English: convener English: convenor
আহাৰ বস্তুবাচক বিশেষ্য

জীয়াই থাকিবলৈ, শক্তি পাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে খোৱা, পি খোৱা বা অন্য প্ৰকাৰে গ্ৰহণ কৰা পুষ্টিকৰ বস্তু৷

English: food English: nutrient English: pabulum English: foodstuff
আহিলা বস্তুবাচক বিশেষ্য

কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷

English: equipment English: tool English: implement English: device
আহিলা-পাতি বস্তুবাচক বিশেষ্য

কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷

English: equipment English: tool English: implement English: device
আৰু যোজক অব্যয়

দুটা বাক্যাংশ লগ লগোৱা শব্দ।

English: and English: many English: much English: more
আৰক্ষী জাতিবাচক বিশেষ্য

ন্যায়সঙ্গতভাৱে শক্তি প্ৰয়োগ কৰি আইন বলৱত্ কৰা, আৰু ৰাজহুৱা আৰু সামাজিক শৃঙ্খলা নিশ্চিত কৰাৰ ক্ষমতাপ্ৰাপ্ত লোক বা অভিকৰ্ত্তাসকল

English: police English: cop
আৰম্ভ গুণবাচক বিশেষ্য

কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

English: start English: beginning English: starting English: initiation
আৰম্ভণি গুণবাচক বিশেষ্য

কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

English: start English: beginning English: starting English: initiation
আৰ্হত গুণবাচক বিশেষ্য

নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা

English: skill English: expertise English: expertize English: forte