Multilingual Dictionary

Showing 632 lexicographical entries

অপ্ৰচলিত প্ৰকৃত বিশেষণ

অতীত কালৰ সৈতে সম্বন্ধ থকা

English: ancient English: old English: antique English: aged
অপ্ৰমাণিত প্ৰকৃত বিশেষণ

এতিয়ালৈকে প্ৰমাণ নোহোৱা ৷

English: unproved
অপুৰুষ প্ৰকৃত বিশেষণ

পুৰুষৰ গুণৰ অভাৱ ৷

English: unmanliness
অপৰাধ গুণবাচক বিশেষ্য

আইনৰ প্ৰতিকূলে যোৱা বা আইন-বিৰুদ্ধ কাম।

English: crime English: guilt English: offence English: malefaction
অপৰাধী প্ৰকৃত বিশেষণ

অপৰাধ কৰা ব্যক্তি ৷

English: criminal English: guilty English: offender English: perpetrator
অপৰিষ্কাৰ প্ৰকৃত বিশেষণ

ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।

English: dirty English: unclean English: guck English: foul
অপৰিসীম প্ৰকৃত বিশেষণ

যাৰ পৰিধিৰ কোনো সীমা নাই

English: endless English: boundless English: limitless English: unlimited
অপৰিহাৰ্য্য প্ৰকৃত বিশেষণ

যাক পৰিহাৰ কৰিব বা এৰিব নোৱাৰি ৷

English: unavoidable English: inevitable
অব্যয় প্ৰকৃত বিশেষণ

যাক ধ্বংস কৰিব নোৱাৰি |

English: indestructible English: imperishable English: prepositions
অব্যাহত গুণবাচক বিশেষ্য

বিৰতিৰ পাছত পুনৰ আৰম্ভ; কোনো অৱস্থা বা কৰ্ম চলাই থকা

English: continuation English: sequel
অবিকল বিশেষণীয় বিশেষণ

সকলো দিশৰ পৰা প্ৰায় সম্পূৰ্ণ মিল থকা ৷

English: exact
অবৈধ প্ৰকৃত বিশেষণ

দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী

English: illegal English: unlawful English: contraband English: illicit
অবৈধতা গুণবাচক বিশেষ্য

নীতি-নিয়ম বা আইন অমান্য কৰা কাৰ্য্য ৷

English: illegality
অভ্যাস গুণবাচক বিশেষ্য

নিয়মিত ভাৱে কৰি থকা আচৰণ, যি এটা সময়ত স্বভাৱগত হৈ পৰে

English: habit English: practice English: exercise English: rehearsal
অভ্যাসগত প্ৰকৃত বিশেষণ

বহুবাৰ অভ্যাস কৰাৰ পিছত স্বাভাৱিক হোৱা ৷

English: habitual English: customary English: wonted
অভাৱ গুণবাচক বিশেষ্য

প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷

English: scarcity English: deficit English: inadequacy English: shortage
অভিজ্ঞতা গুণবাচক বিশেষ্য

কোনো কাৰ্য্য অথবা ঘটনাৰ পৰা আহৰণ কৰা কৌশল তথা জ্ঞান ৷

English: experience
অভিধান বস্তুবাচক বিশেষ্য

শব্দৰ অৰ্থ আৰু পৰিচয় থকা পুথি

English: dictionary English: lexicon
অভিনয় গুণবাচক বিশেষ্য

মঞ্চনাট, চলচিত্ৰ আদিত অংশ লোৱা ব্যক্তিসকলৰ কলা, বৃত্তি বা কাৰ্য্য

English: acting English: cast
অভিনয় কৰ্ অকৰ্মক ধাতু

চলচিত্ৰ বা নাটকৰ কোনো চৰিত্ৰ ৰূপায়ণ কৰা

English: act