Multilingual Dictionary
Showing 632 lexicographical entries
ইয়াৰ ঠাইত বিকল্প হিচাপে
পৰিস্থিতিয়ে বিছৰা ধৰণে
এটা নিৰ্দ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে প্ৰতিস্থা কৰা সংগঠন
কোনো অনুষ্ঠান হৈ যোৱা বুজায়
এটা নিৰ্দ্দিষ্ট সময়ৰ বাবে নিয়োজিত বা দায়িত্ব আৰোপিত; সূচীৰ অন্তৰ্ভুক্ত
কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ
যি কোনো বিষয়ে অনুসন্ধান বা তদন্ত কৰে
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
যি লিখা পঢ়া কৰিব নাজানে৷
প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷
বিদ্যুৎচুম্বকীয় তৰঙ্গৰ ৰূপত অহা ৰেডিঅ’ সংকেত ধৰি, তাৰ সংশোধন আৰু পৰিৱৰ্ধন কৰিব পৰা এবিধ ইলেকট্ৰণিক যন্ত্ৰ ৷
সংখ্যাত একতকৈ বেছি থকা ৷
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
পৃথিৱীত থকা অথবা তাৰ সংলগ্ন বস্তু যিবোৰ চিৰস্থায়ী নহয় ৷
যাক নিমন্ত্ৰণ কৰা হোৱা নাই ৷
বিশাল সংখ্যা বা পৰিমাণত
কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অনুৰোধ, বিশেষকৈ সৌজন্যতা বা সহায় হিচাপে
অশুভ বা বেয়া উদ্দেশ্যত ব্যৱহাৰ
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
মুক্তভাৱে প্ৰকাশ নকৰা উক্তি, তথ্য বা ৰহস্য ৷