Multilingual Dictionary

Showing 632 lexicographical entries

অলেখ প্ৰকৃত বিশেষণ

বিশাল সংখ্যা বা পৰিমাণত

English: many English: much English: more English: several
অলৌকিক প্ৰকৃত বিশেষণ

মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷

English: supernatural English: unearthly, weird
অলৌকিকতা গুণবাচক বিশেষ্য

পাৰ্থিৱ ৰীতি-নিয়ম মানি নচলা কাল্পনিক শক্তিৰ দ্বাৰা পৰিচালিত ঘটনা ৷

English: supernaturalism
অশুচি প্ৰকৃত বিশেষণ

পবিত্ৰ নোহোৱা, চুৱা বুলি ভবা ৷

English: unholy
অশুভ প্ৰকৃত বিশেষণ

নৈতিকভাৱে বেয়া বা ভুল কোনো আচৰণ৷

English: evil English: enormity English: dastardly
অশ্লীল প্ৰকৃত বিশেষণ

শালীন নোহোৱা, সাধাৰণতে যৌনগন্ধী।

English: obscene English: vulgar English: exotic
অসৎ প্ৰকৃত বিশেষণ

বেয়া স্বভাৱৰ আৰু বেয়া কাম কৰা ৷

English: dishonest English: nefarious
অসুখ গুণবাচক বিশেষ্য

ৰোগ বা আঘাতৰ দ্বাৰা সৃষ্ট বেদনা আৰু দুৰ্দশাজনক শাৰীৰিক অৱস্থা৷

English: illness English: sickness English: disease English: affliction
ৰাজপুত্ৰ জাতিবাচক বিশেষ্য

ৰজাৰ ঔৰসত ৰাণীৰ গৰ্ভজাত পুত্ৰ৷

English: principal English: prince
অষ্টম প্ৰকৃত বিশেষণ

সাতৰ পিচত আৰু ন’ আগত অহা ৷

English: eighth
অসত্য বিশেষণীয় বিশেষণ

সত্য বা প্ৰকৃত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা বক্তব্য

English: lie English: untrue English: false English: hoax
অস্ত্ৰ বস্তুবাচক বিশেষ্য

যুদ্ধ বা বিবাদৰ সময়ত সুৰক্ষা অথবা আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা সঁজুলি, যেনেঃ তৰোৱাল, বন্দুক, হিলৈ আদি

English: weapon
অস্ত্ৰোপচাৰ কৃদন্ত বিশেষ্য

ৰোগ, আঘাত বা শাৰীৰিক বিকলাঙ্গতাৰ কটা-ছিঙাৰ জৰিয়তে কৰা চিকিত্সা

English: operation English: surgery
অস্পষ্ট প্ৰকৃত বিশেষণ

এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।

English: unclear English: obscure English: indistinct English: hazy
অস্বস্তি প্ৰকৃত বিশেষণ

চাৰিওকাষৰ পৰিৱেশৰ অনুভূতি আৰামদায়ক নোহোৱা

English: uneasy
অসম সংজ্ঞাবাচক বিশেষ্য

ভাৰতৰ উত্তৰ-পূবৰ এখন প্ৰদেশ৷

English: Oxom English: Assam English: matchless English: incomparable
অসমীয়া সংজ্ঞাবাচক বিশেষ্য

অসম আৰু অসমবাসীৰ মুখ্য তথা চৰকাৰী ভাষা।

English: Assamese
অসামাজিক প্ৰকৃত বিশেষণ

সমাজৰ ৰীতি-নিয়ম বহিৰ্ভূত আৰু সমাজৰ হিতৰ বিপৰীতে যোৱা কোনো কাম ৷

English: unsocial
অসুৰ জাতিবাচক বিশেষ্য

আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।

English: demon English: satan English: beast English: monster
অহংকাৰ গুণবাচক বিশেষ্য

যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।

English: pride English: arrogance English: conceit